Our Mission & Vision

আমাৰ লক্ষ্য আৰু দৃষ্টিভংগী

Our Vision / আমাৰ দৃষ্টিভংগী

EN: To build a self-reliant society where every individual has access to quality healthcare, education, and equal opportunities for growth.

AS: এক স্বাৱলম্বী সমাজ গঢ়ি তোলা, য’ত প্ৰতিগৰাকী ব্যক্তিয়ে উন্নত স্বাস্থ্য সেৱা, শিক্ষা আৰু বিকাশৰ সমান সুযোগ লাভ কৰে।

Healthcare & Medical Relief

To organize free medical camps, vaccination drives, and preventive healthcare initiatives for the benefit of the rural public.

গ্ৰাম্য জনসাধাৰণৰ কল্যাণৰ বাবে বিনামূলীয়া চিকিৎসা শিবিৰ, টিকাকৰণ অভিযান আৰু প্ৰতিৰোধমূলক স্বাস্থ্য সেৱাৰ ব্যৱস্থা কৰা।
Education & Skill Development

To promote education by establishing and maintaining schools, colleges, and training centers for the advancement of knowledge and skills.

জ্ঞান আৰু দক্ষতা বিকাশৰ বাবে বিদ্যালয়, মহাবিদ্যালয় আৰু প্ৰশিক্ষণ কেন্দ্ৰ স্থাপন আৰু পৰিচালনাৰ জৰিয়তে শিক্ষাৰ প্ৰসাৰ ঘটোৱা।
Youth Empowerment & Sports

To promote sports and physical education by organizing events, training programs, and supporting sports facilities for youth.

যুৱক-যুৱতীসকলৰ বাবে ক্ৰীড়া অনুষ্ঠান, প্ৰশিক্ষণ কাৰ্যসূচী আৰু ক্ৰীড়া সা-সুবিধাৰ জৰিয়তে শাৰীৰিক শিক্ষাৰ প্ৰসাৰ ঘটোৱা।
Charitable & Humanitarian Relief

To undertake charitable activities including food distribution and providing relief to the underprivileged and victims of natural disasters.

খাদ্য বিতৰণ আৰু প্ৰাকৃতিক দুৰ্যোগত ক্ষতিগ্ৰস্ত তথা দৰিদ্ৰ লোকসকলক সকাহ দিয়াৰ দৰে জনহিতকৰ কাম কৰা।

Join Us

Your support can transform lives. Whether as a volunteer or a donor, your contribution helps us reach the most underserved communities in Assam. Join our journey today!


 আপোনাৰ সহায়ে বহুজনৰ জীৱন সলনি কৰিব পাৰে। স্বেচ্ছাসেৱক বা দাতা হিচাপেই হওক, আপোনাৰ অৱদানে আমাক অসমৰ পিছপৰা অঞ্চলসমূহলৈ সেৱা আগবঢ়োৱাত সহায় কৰিব। আজি আমাৰ এই যাত্ৰাত যোগ দিয়ক!

Join Our Mission

EN: Be a part of Kaber Global Foundation's journey to uplift youth and strengthen communities. Together, we can provide better healthcare and education to those who need it most.

AS: কাবেৰ গ্ল’বেল ফাউণ্ডেশ্যনৰ এই যাত্ৰাত অংশীদাৰ হওক। আহক, আমি একেলগে গ্ৰাম্য যুৱক-যুৱতীসকলক সৱলীকৰণ কৰি আৰু উন্নত স্বাস্থ্য সেৱা আগবঢ়াই এক শক্তিশালী সমাজ গঢ়ি তোলোঁ।

♥ All donations are Tax-Exempt under Section 80G
Scroll to Top