Our Project

Long-Term Strategic Plan: Rural Health Mission (KGF)
Expenditure Category 1 Year (120 Camps) 3 Years (360 Camps)
Medical Team Salaries & Honorarium ₹ 12,00,000 ₹ 36,00,000
Medicines, Supplements & Herbal Kits ₹ 14,40,000 ₹ 43,20,000
Diagnostic Testing & Equipment ₹ 3,60,000 ₹ 10,80,000
Logistics, Tent & Mobile Unit ₹ 3,60,000 ₹ 10,80,000
Admin, Outreach & Documentation ₹ 2,40,000 ₹ 7,20,000
GRAND TOTAL BUDGET ₹ 36,00,000 ₹ 1,08,00,000

আমাৰ আগন্তুক প্ৰকল্পসমূহ

১. বিনামূলীয়া স্বাস্থ্য শিবিৰ

আমি অতি সোনকালে গাঁও অঞ্চলত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা আৰু ঔষধ বিতৰণ শিবিৰ আয়োজন কৰিবলৈ গৈ আছোঁ।

২. দক্ষতা বিকাশ (Skill Development)

যুৱক-যুৱতীসকলক কম্পিউটাৰ আৰু কাৰিকৰী শিক্ষা দিয়াৰ বাবে আমি নতুন প্ৰশিক্ষণ কেন্দ্ৰ আৰম্ভ কৰিছোঁ।

৩. চেলছ আৰু মাৰ্কেটিং ট্ৰেইনিং

মাৰ্কেটিং খণ্ডত কেৰিয়াৰ গঢ়িব বিচৰাসকলৰ বাবে আমি বিশেষ প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছোঁ।

ইন্টাৰশ্বিপ প্ৰগ্ৰেম ২০২৬ (Internship Program)

Teromaile Youth Foundation-ৰ সৈতে আপোনাৰ কেৰিয়াৰ আৰম্ভ কৰক।

প্ৰজেক্টৰ মূল উদ্দেশ্য:

  • প্ৰেক্টিকেল ট্ৰেইনিং: Sales আৰু Marketing-ৰ বাস্তৱ অভিজ্ঞতা প্ৰদান কৰা।
  • লিডাৰশ্বিপ বিল্ডিং: সামাজিক কামৰ জৰিয়তে নেতৃত্ব দিয়াৰ ক্ষমতা বৃদ্ধি কৰা।
  • চাৰ্টিফিকেট: সফলতাৰে সম্পূৰ্ণ কৰাৰ পিছত আমাৰ NGO-ৰ ফালৰ পৰা প্ৰমাণ পত্ৰ দিয়া।

শিকিবলগীয়া বিষয়সমূহ:

১. গ্ৰাহকৰ সৈতে কথা পতাৰ কৌশল (Communication Skills)।
২. ডিজিটেল মাৰ্কেটিং আৰু ব্ৰেণ্ডিং।
৩. সমাজত স্বাস্থ্য আৰু শিক্ষাৰ সজাগতা সৃষ্টি কৰা।

তলৰ ফৰ্মখন ফিলাপ কৰি আৱেদন কৰক:

Internship 2026

Teromaile Youth Foundation-ৰ সৈতে শিকক আৰু আগুৱাওক

📊 Marketing
💻 Skills
📜 Certificate
Scroll to Top