Teromaile Youth Foundation

যুৱ শক্তিৰে সমাজ পৰিৱৰ্তনৰ এক যাত্ৰা

ক্ৰীড়া আৰু সংস্কৃতি

যুৱ প্ৰজন্মৰ মাজত ক্ৰীড়া আৰু সাংস্কৃতিক চৰ্চা বৃদ্ধি কৰি তেওঁলোকক সঠিক পথ দেখুওৱা।

সামাজিক সজাগতা

স্বাস্থ্য, শিক্ষা আৰু পৰিৱেশ সংৰক্ষণৰ বাবে সমাজত সজাগতা সৃষ্টি কৰা।

মানৱ সেৱা

দুখীয়া আৰু আৰ্তজনক সহায় কৰি এখন সুখী সমাজ গঢ়ি তোলা।

সদস্য পদৰ বাবে আবেদন

আমাৰ ফাউণ্ডেশ্বনৰ লগত যোগ দি সমাজ সেৱাত হাত মিলাওক।

Name
Selected Value: 0
Multiple Items